বছৰৰ শেষত ভাল খবৰ দিলে বৰষাৰাণী বিষয়াই, কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল বৰষা আৰু ভাস্কৰ
বৰষা ৰাণীৰ কোলা শুৱনি কৰিলে সন্তানে। আজি কন্যা সন্তানৰ মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5