মাতৃক চিৰ বিদায় জনালে মৃদুল ভূঞাই, ভ্ৰাম্যমাণৰ অভিনয় শেষ কৰি নিশাই ভাগ ল’লে মাতৃৰ অন্ত্যোষ্টিক্ৰিয়াত
ভ্ৰাম্যমানৰ অভিনেতা মৃদুল ভূঞাৰ মাতৃৰ দেহাৱসান। এফালে সুন্দৰ অভিনয়েৰে দৰ্শকক মনোৰঞ্জন আনফালে মাতৃ বিয়োগৰ শোকত বুকত এজাক ধুমুহা, এয়াই যেন এজন অভিনেতাৰ জীৱন। মাতৃৰ মৃত্যু হলেও নাটক কৰিবই লাগিব কিয়নো মৃদুৰ ভূঞা আছিল চুক্তিবদ্ধ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5