Zubeen garg’s sikaar box office collection : অসমীয়া ছবি ‘চিকাৰ’য়ে কিমান টকা আয় কৰিলে ?
Zubeen garg's sikaar: ২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে জুবিন গাৰ্গ, আদিল হুচেইন, উৰ্মিলা মহন্ত আদিৰ দ্বাৰা অভিনীত ছবি চিকাৰ। এই ছবিখন এতিয়াও ছবিগৃহত স- গৌৰৱে চলি আছে। ৩টা দিন সম্পূৰ্ণ কৰিলে ছবিখনে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5