অসমীয়া ছবিজগতত ৰবি শৰ্মাৰ আন এক সংযোজন! শীঘ্ৰে আৰম্ভ হ’ব নতুন ছবিৰ কাম
অসমীয়া ছবিজগতৰ নায়ক ৰবি শৰ্মাৰ আন এক নতুন সংযোজন। ‘শ্ৰী ৰঘুপতি’ৰ সফলতাৰ পাছত অভিনেতা ৰবি শৰ্মাৰ লিখিত কাহিনীৰে শীঘ্ৰেই আহি আছে দ্বিতীয়খন অসমীয়া ছবি। আগন্তুক বৰ্ষত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে।
![অভিনেতা ৰবি শৰ্মাই ঘোষণা কৰিছে এখন নতুন ছবিৰ কথা ৷অহা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব ছবিখনৰ শ্বুটিং।](https://images.assamtv9.com/uploads/2024/09/ৰকৰকৰপ.jpg?w=1280)
1 / 5
![সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা যোগে এই খবৰ শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে । আগন্তুক বৰ্ষত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে।](https://images.assamtv9.com/uploads/2024/09/ravi5-2023-09-d2d651cac2968e1da7393131aa13fa76.jpg?w=1280)
2 / 5
![অভিনেতাগৰাকীয়ে কয়, “প্ৰথমে আপোনালোকক শ্ৰী ৰঘুপতিৰ অপাৰ সফলতাৰ বাবে মই পুনৰবাৰ নতশিৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই ভিডিঅ’টোৰ জৰিয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ৰঘুপতিৰ অপাৰ সফলতাৰ পাছত এতিয়া মই পুনৰ এখন নতুন স্ক্ৰীপ্ট লিখি আছোঁ।"](https://images.assamtv9.com/uploads/2024/09/zSUh0kLc_400x400.jpg?w=1280)
3 / 5
![তেওঁ কয়, এই স্ক্ৰীপ্টখনৰ নাম হৈছে 'মোক্ষ' । এটা সংস্কৃত শব্দ । এই ছবিখনৰ শ্বুটিং আমি নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে 2025 বৰ্ষত আমি ছবিগৃহত আপোনালোকৰ বাবে ছবিখন উপলব্ধ কৰিম ।"](https://images.assamtv9.com/uploads/2024/09/ravi4-2023-09-67e019db1d065ff03e6429721d5e440b.jpg?w=1280)
4 / 5
![‘শ্ৰী ৰঘুপতি’ৰ সফলতাৰ পাছত আহিবলগীয়া ছবিখনক লৈ যথেষ্ট আশাবাদী অভিনেতাগৰাকীৰ লগতে অনুৰাগীসকল। তেওঁৰ ছবি ‘শ্ৰী ৰঘুপতি’ৰ বক্স অফিচ উপাৰ্জন আছিল ১৩.৮১ কোটি টকা](https://images.assamtv9.com/uploads/2024/09/1685693617yPcv973S.webp)
5 / 5
![গৰিয়াবন্দত নিৰাপত্তা বাহিনীৰ সৰ্ববৃহৎ নক্সাল বিৰোধী অভিযান, নিহত শীৰ্ষ নেতাসহ ২০ নক্সালবাদী গৰিয়াবন্দত নিৰাপত্তা বাহিনীৰ সৰ্ববৃহৎ নক্সাল বিৰোধী অভিযান, নিহত শীৰ্ষ নেতাসহ ২০ নক্সালবাদী](https://images.assamtv9.com/uploads/2025/01/Army.jpg?w=280&ar=16:9)
গৰিয়াবন্দত নিৰাপত্তা বাহিনীৰ সৰ্ববৃহৎ নক্সাল বিৰোধী অভিযান, নিহত শীৰ্ষ নেতাসহ ২০ নক্সালবাদী
![মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক ধ্যান, জানক ইয়াৰ উপকাৰিতা কি ? মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক ধ্যান, জানক ইয়াৰ উপকাৰিতা কি ?](https://images.assamtv9.com/uploads/2025/01/Meditation-8.jpg?w=280&ar=16:9)
মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক ধ্যান, জানক ইয়াৰ উপকাৰিতা কি ?
![‘অপাৰেচন প্ৰঘাট’ৰ অধীনত ধুবুৰীত পুনৰ জেহাদীক গ্ৰেপ্তাৰ… ‘অপাৰেচন প্ৰঘাট’ৰ অধীনত ধুবুৰীত পুনৰ জেহাদীক গ্ৰেপ্তাৰ…](https://images.assamtv9.com/uploads/2025/01/arrest-2.jpg?w=280&ar=16:9)
‘অপাৰেচন প্ৰঘাট’ৰ অধীনত ধুবুৰীত পুনৰ জেহাদীক গ্ৰেপ্তাৰ…
![হ্ৰাস পালে Samsung S23 Ultra ৰ মূল্য, আকৰ্ষণীয় ৰেহাইৰ সৈতে ২,৬৫৪ টকা EMI ত ক্ৰয় কৰক এই ফোনটো… হ্ৰাস পালে Samsung S23 Ultra ৰ মূল্য, আকৰ্ষণীয় ৰেহাইৰ সৈতে ২,৬৫৪ টকা EMI ত ক্ৰয় কৰক এই ফোনটো…](https://images.assamtv9.com/uploads/2025/01/Samsung-S23-Ultra.jpg?w=280&ar=16:9)
হ্ৰাস পালে Samsung S23 Ultra ৰ মূল্য, আকৰ্ষণীয় ৰেহাইৰ সৈতে ২,৬৫৪ টকা EMI ত ক্ৰয় কৰক এই ফোনটো…