কিতাপৰ বৰ্ষ ২০২৫ঃ গ্ৰন্থপ্ৰেমীসকলৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত…
শীত মানেই গ্ৰন্থমেলাৰ বতৰ। ২৭ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। কিন্তু গ্ৰন্থমেলাৰ পূৰ্বে অসম কেবিনেটে গ্ৰন্থপ্ৰেমীসকলৰ বাবে লৈ আনিছে এক ভাল খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে ২০২৫ বৰ্ষটি 'কিতাপৰ বৰ্ষ' হিচাপে পালন কৰা হ'ব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5