ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে?
অতিপাত গৰমৰ পাছত বিগত তিনিদিন ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্ত অব্যাহত আছে বৰষুণ। গুৱাহাটীত মহানগৰীটো মঙলবাৰৰ পৰা আৰম্ভ হৈছে বৰষুণ। ৰাজ্যৰ ৫ জিলাত Orange Alert আৰু ১২খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5