ট্ৰেডিং কেলেংকাৰী: গুৱাহাটী উচ্চ ন্যায়ালয়ত বিশাল, তাৰ্কিকৰ জামিনৰ শুনানি সম্পন্ন
Assam trading scam: বিশাল ফুকনৰ জামিনৰ শুনানি সম্পন্ন। তাৰ্কিক বৰা, শোভনজ্যোতি কুৰ্মীৰো জামিনৰ শুনানি সম্পন্ন। শুনানি সম্পূৰ্ণ কৰি ৰায়দান সংৰক্ষিত ৰাখে আদালতে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5