অসম চৰকাৰে ঝুমুৰ নৃত্যৰে গঢ়িব ৰেকৰ্ড! ২৪ ফেব্ৰুৱাৰী ২০২৫ত সৰুসজাইত ঝুমুৰ নৃত্যৰ বৃহৎ আয়োজনক লৈ এইদৰে ক’লে মুখ্যমন্ত্ৰীয়ে
পূৰ্বে বিহু নৃত্যৰে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰে নতুন বছৰৰ আৰম্ভণিতে বিশেষ পদক্ষেপ হাতত লৈছে। ঝুমুৰ নৃত্য সকলোৰে আগত পৰিচয় কৰাই দিয়াৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5