Assam: বিদ্যালয়ৰ পাঠদানক লৈ পুনৰ নতুন নিৰ্দেশনা প্ৰশাসনৰ…
Assam: উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰাজ্যৰ কেইবাখন জিলাৰ শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় সলনি কৰিছিল। সেই অনুসৰি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছিল পাঠদান। কিন্তু বিদ্যালয়ক লৈ পুনৰ প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5