দিগন্ত বৰাক বদলি, গুৱাহাটী আৰক্ষীৰ নতুন আয়ুক্ত হ’ব পাৰ্থ সাৰথি মহন্ত…
নৱবৰ্ষৰ পূৰ্বে সলনি হল গুৱাহাটীৰ আয়ুক্ত। বদলি কৰা হ'ল গুৱাহাটীৰ আয়ুক্ত দিগন্ত বৰাক। তেওঁৰ স্থানত এতিয়া গুৱাহাটীৰ নতুন আয়ুক্ত হ'ব পাৰ্থ সাৰথি মহন্ত।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5