শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দক্ষিণ কামৰূপৰ ৰামপুৰত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ, কোনে যোগান ধৰিছে এই পিষ্টল?

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। প্ৰতিদিনে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা, যেনে চুৰি, হত্যা, অপকৰ্ম, ডকাইটি, আৰু অন্যান্য হিংসাত্মক ঘটনা ঘটি আছে। অপৰাধ আৰু অপৰাধীৰ ঘাটিত পৰিণত হৈছে যে ৰাজ্যৰ কিছু অঞ্চল। আজি তেনেই এক ঘটনা ঘটিছে দক্ষিণ কামৰূপত।

barasha-misra
Barasha Misra | Updated On: 12 Nov 2025 17:50 PM
দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰত উদ্ধাৰ কৰা হয় এটা হস্ত নিৰ্মিত পিষ্টল। যাৰ বাবে তপন মজুমদাৰ নামৰ এজন লোকক আটক কৰে আৰক্ষীয়ে।

1 / 5
আৰক্ষীয়ে তপন মজুমদাৰৰ পৰা উদ্ধাৰ কৰে তিনিটা সজীৱ গুলী আৰু এটা খালি কাৰ্টিজ।

2 / 5
ঘৰুৱা কন্দলৰ বাবে পত্নী, সন্তানক পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দি ঘৰৰ পৰা উলিয়াই দিছিল এইজন তপন মজুমদাৰে।

3 / 5
উল্লেখ্য যে, তপন মজুমদাৰক হস্ত নিৰ্মিত পিষ্টলটো যোগান ধৰিছিল লোহাৰঘাট শালবাৰী অঞ্চলৰ যতীন ৰাভা নামৰ এজন ব্যক্তিয়ে।

4 / 5
অৱশেষত পলাশবাৰী আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে বুলি তথ্য পোৱা গৈছে।

5 / 5