কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি হ’ল হাতী ছাফাৰী! হাতীত উঠি মনোমোহা দৃশ্য পৰিদৰ্শন কৰিলে দেশী-বিদেশী পৰ্যটকে
আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ল হাতী ছাফাৰী। কহঁৰাৰ মিহিমুখত হাতী ছাফাৰী মুকলি কৰিলে মন্ত্ৰী অতুল বৰাই। পৰম্পৰাগত হস্তী পূজাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী ৷

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5