সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CIDৰ চমন! আজিয়ে ডিব্ৰুগড় থানাত হাজিৰ হোৱাৰ নিৰ্দেশ
সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CIDৰ চমন। আজি বিয়লি ৪ বজাত ডিব্ৰুগড় সদৰ থানালৈ তলব। ডিব্ৰুগড় থানাত ৩৫২/২০২৪ নম্বৰ গোচৰ সংক্ৰান্তত সোধা-পোছাৰ বাবে চক্ৰপাণি পৰাশৰলৈ জাৰি কৰা হৈছে এই চমন।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5