শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিশ্ব দৰবাৰলৈ বাগুৰুম্বা! আজি সৰুসজাইত ১০ হাজাৰ বড়ো শিল্পীয়ে পৰম্পৰাগত নৃত্যৰে গঢ়িব বিশ্ব অভিলেখ

আজি বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগুৰুম্বাই ৰেকৰ্ড। ​বড়ো লোক-সংস্কৃতিৰ অপূৰ্ব মাদকতা এতিয়া বিশ্বৰ মঞ্চত জিলিকিবলৈ সাজু হৈ উঠিছে। আজি সৰুসজাইত ১০,০০০ বড়ো শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য।

Barasha Misra
Barasha Misra | Updated On: 17 Jan 2026 07:10 AM
​আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ভাৰতবাসী। বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগুৰুম্বাই গঢ়িভ বিশ্ব অভিলেখ।

1 / 5
বড়ো জনগোষ্ঠীৰ সমৃদ্ধ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অনুষ্ঠিত কৰিছে ‘বাগুৰুম্বা দৗহৌ’ অনুষ্ঠান। সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সৰুসজাইত উপস্থিত থাকিব।

2 / 5
বড়ো লোক-সংস্কৃতিৰ অপূৰ্ব মাদকতা এতিয়া বিশ্বৰ মঞ্চত জিলিকিবলৈ সাজু হৈ উঠিছে। আজি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব সকলো, য’ত একেলগে ১০,০০০ বড়ো শিল্পীয়ে তেওঁলোকৰ পৰম্পৰাগত নৃত্যৰে এক বিশ্ব অভিলেখ গঢ়িব।

3 / 5
ইতিমধ্যে এই অনুষ্ঠানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত খাম, চিফুং আৰু চেৰজা আদিৰ সুৰ-তালৰ ছন্দৰে নৃত্য পৰিৱেশন কৰি সকলোকে চমকিত কৰি তুলিব শিল্পীসকলে।

4 / 5
উল্লেখ্য যে, ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰীৰ পৰা সৰুসজাইত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীক জড়িত কৰি আখৰা আয়োজন কৰা হৈছিল। য'ত তেওঁলোকক এক ত্ৰুটিহীন আৰু দৃশ্যগতভাৱে আচৰিত ধৰণৰ নৃত্য আগবঢ়োৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল।

5 / 5