শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাল খবৰ! একাদশ শ্ৰেণীত ‘সাংকেতিক ভাষা’ক ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন…

Sign Language as an Elective subject: অসমৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা একাদশ শ্ৰেণীত সাংকেতিক ভাষা ঐচ্ছিক বিষয় হিচাপে থাকিব।

barasha-sarma
Barasha Sarma | Updated On: 25 Jun 2025 19:30 PM
হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

1 / 5
হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

2 / 5
শৰ্মাৰ মতে, চলিত বৰ্ষত ইতিমধ্যে ৭০জন তেনে শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু ইতিমধ্যে শিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে।  গতিকে ইয়ে পৰৱৰ্তী সময়ত দিব্যাংগ (মূক-বধিৰ) শিক্ষাৰ্থীসকলক সহায় কৰিব বুলি আশা কৰিছে চৰকাৰে।

3 / 5
শৰ্মাই সামাজিক মাধ্যমত লিখে- "অসমৰ শিক্ষা খণ্ড তথা দিব্যাংগ (মূক-বধিৰ) শিক্ষাৰ্থীৰ বাবে এটি ভাল খবৰ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। ৰাজ্যত ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা একাদশ শ্ৰেণীত সাংকেতিক ভাষাক (Sign Language) ঐচ্ছিক বিষয় হিচাপে আৰম্ভ কৰা হৈছে"।

4 / 5
লগতে লিখে-  "চলিত বৰ্ষত ইতিমধ্যে ৭০জন তেনে শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু ইতিমধ্যে শিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। আমাৰ এই প্ৰয়াসে নিশ্চয়কৈ বহুজনক উপকৃত কৰিব"।

5 / 5