শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Holiday: কাইলৈৰ পৰা ৰাজ্যত একেৰাহে ৫দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়…

Assam Govt Holiday: কাইলৈৰ পৰা ৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। গতিকে আপুনিও যদি ৰাজ্যিক কৰ্মচাৰী তেন্তে এই সুবিধা লাভ কৰিব। ২৩ জানুৱাৰীৰ পৰা একেৰাহে ২৭ জানুৱাৰীলৈ লাভ কৰিব এই সুবিধা।

Barasha Sarma
Barasha Sarma | Published: 22 Jan 2026 15:03 PM
আপুনিও চৰকাৰী চাকৰি কৰে নেকি? যদি আপুনি ৰাজ্য চৰকাৰৰ অন্তৰ্গত চৰকাৰী কৰ্মচাৰী তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো কাইলৈৰ পৰা অহা ৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

1 / 5
বিভিন্ন দিৱস অনুসৰি এইকেইদিন কাৰ্যালয় বন্ধ আছে।  চৰকাৰে জাৰি কৰা বন্ধ তালিকা অনুসৰি, এই বছৰটিত ৩২ দিন চৰকাৰী বন্ধ আছে। ইয়াৰ লগতে এটা আছে অৰ্ধছুটী।

2 / 5
২৩ জানুৱাৰী নেতাজীৰ জন্মজয়ন্তী উপলক্ষে চৰকাৰী কাৰ্যালয় বন্ধ, ২৪ জানুৱাৰী চতুৰ্থ শনিবাৰ উপলক্ষে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। ইয়াৰোপৰি ২৫ জানুৱাৰী দেওবাৰ, ২৬ জানুৱাৰী গণৰাজ্য দিৱস আৰু ২৭ জানুৱাৰী বাথৌ পূজাৰ বন্ধ।

3 / 5
এনেকৈ কাইলৈৰ পৰা একেৰাহে ৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। অৱশ্যে কাইলৈ বিদ্যালয়সমূহ সৰস্বতী পূজা উপলক্ষে বিদ্যালয়সমূহ খোলা থাকিব। কিন্তু প্ৰায়ভাগ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

4 / 5
উল্লেখ্য যে, ইয়াৰ পাছত অসমৰ চৰকাৰী চাকৰিয়ালসকলে পুনৰ ৩১ জানুৱাৰীত বন্ধ পাব। অৱশ্যে ফেব্ৰুৱাৰীত মাত্ৰ এদিনহে বন্ধ লাভ কৰিব। মাৰ্চত থাকিব ২ দিন বন্ধ। এনেকৈ গোটেই বছৰটোত ৩২ টা বন্ধ লাভ কৰিব।

5 / 5