বিগত ৯ মাহত বিদ্যুতৰ বিলত ৩৩ কোটিৰো অধিক ৰাহি কৰিলে অসম চৰকাৰে…
বিগত ৯ মাহত অসম চৰকাৰে বিদ্যুতৰ খৰচত ৩৩ কোটিৰো অধিক টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5