অসমত থকা হাতীৰ সংখ্যা জানেনে? তথ্য প্ৰকাশ বন বিভাগৰ হাতীকেন্দ্ৰিক পিয়লত…
ৰাজ্যত হাতী- মানুহৰ সংঘাত বৃদ্ধি হোৱাৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে। অসমত আছে ৫০০০ ৰো অধিক হাতী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এটা পোষ্টো কৰিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5