শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰতিবছৰে বৃদ্ধি হ’ব এইসকল শিক্ষকৰ দৰমহা, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্কুল, কলেজ আদি প্ৰাদেশিকীকৰণ কৰাক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত।

trishna-kalita
Trishna Kalita | Published: 23 Nov 2025 23:05 PM
আজি দেওবাৰে দিছপুৰৰ  লোকসভা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

1 / 5
কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্কুল, কলেজ আদি প্ৰাদেশিকীকৰণ কৰাক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত।

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্কুল, কলেজ আদি প্ৰাদেশিকীকৰণ কৰাক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত।

2 / 5
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ১৫ খন মহাবিদ্যালয় আৰু কেইবাহাজাৰ স্কুল চৰকাৰী হ’ব। প্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰতিবছৰে বৃদ্ধিত অনুমোদন জনাই অসম কেবিনেটে।

3 / 5
প্ৰতিবছৰে ৬ শতাংশকৈ বৃদ্ধি পাব দৰমহা। লগতে মহিলাই ৫ বছৰ শিক্ষকতা কৰিলে আৰু পুৰুষে ৭ বছৰ শিক্ষকতা কৰিলে Transferৰ বাবে যোগ্য হ’ব। এই সিদ্ধান্তও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

4 / 5
ইফালে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত বিদ্যালয়ৰ মাচুল চৰকাৰে নিৰীক্ষণ কৰিব। এই সন্দৰ্ভত আইন আনিব ৰাজ্য চৰকাৰে।

5 / 5