Himanta Biswa Sarma slams Congress : প্ৰসংগ নিহাৰ ৰঞ্জন দাস ‘বাংলাদেশী’ ! কংগ্ৰেছৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী শৰ্মাই…কি ক’লে ?
বিজেপিৰ প্ৰাৰ্থীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছে । কংগ্ৰেছৰ এনে প্ৰশ্নকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে ধলাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিৰোধী দলৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীৰ জাতীয়তা(Nationality) সম্পৰ্কেও প্ৰশ্ন উত্থাপন হ’ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5