অসমৰ নামঘৰসমূহে লাভ কৰিব ৩ লাখকৈ টকা, ভকতেও লাভ কৰিব মাহিলী আৰ্থিক সাহাৰ্য…
গণৰাজ্য দিৱসৰ শুভ ক্ষণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰে। শৰ্মাই কয় যে, অসমৰ নামঘৰ আৰু উপসনাস্থলীসমূহক অসম চৰকাৰে আৰ্থিক অনুদান প্ৰদান কৰিব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5