APSC ৰ ফলাফলঃ শীৰ্ষ ১০ত কোন কোন,২৩৫ৰ তালিকাত আছে কাৰ নাম…
APSC result 2023: অৱশেষত ঘোষণা হ'ল এ পি এছ চি ২০২৩ ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত মুঠ ২৩৫ জন প্ৰাৰ্থী উত্তীৰ্ণ হয়। পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ ১০ জনৰ ভিতৰত ৭গৰাকীয়েই মহিলা। ইয়াৰোপৰি APSC ২০২৩ ৰ ফলাফলত শীৰ্ষত উজ্বলিবলৈ সক্ষম হয় চিৰঞ্জীৱ ফুুকন।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5