দীপাৱলীৰ দুটা দিনত মহানগৰীত পুনৰ সুৰা বিক্ৰীৰ অভিলেখ!
মহানগৰীত সুৰাৰ বিক্ৰীয়ে পুনৰ গঢ়িলে অভিলেখ৷ দীপাৱলী-কালী পূজাৰ দুয়োটা দিনতেই বিক্ৰী হ’ল প্ৰায় ৫ কোটি টকাৰ সুৰা৷ কামৰূপ মহানগৰ আবকাৰী বিভাগে দিলে এই তথ্য।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5