হনুমান আৰু আন্দামান দ্বীপপুঞ্জৰ মাজত সম্পৰ্ক কি? জানি হ’ব আচৰিত!
Andaman and Nicobar Islands: আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণলৈ বহুলোক আহে। ইয়াত এটা আমোদজনক কথা হ’ল দ্বীপটোৰ নাম। আন্দামান দ্বীপপুঞ্জ নামটোৰ লগত বজৰংগবলীৰ সম্পৰ্ক আছে। মালয় ভাষাৰ পৰা উদ্ভৱ হোৱা এই নামটো প্ৰথমে হান্দামান বুলি কোৱা হৈছিল যদিও পিছলৈ আন্দামান হয়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5