এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি, যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি…
শনিবাৰে চেন্নাইৰ পৰা ৰাওনা হোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি ঘটে। ইয়াৰ পিছত বিমানখন পুনৰ চেন্নাইলৈ উভতি আহিবলগীয়া হয় । চেন্নাই বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, উভতি অহা বিমানখনে স্বাভাৱিক অৱতৰণ কৰিছিল আৰু বিমানখনৰ যাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5