বাজেট দাখিলৰ পূৰ্বেই আহিল সুখবৰঃ হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য
আজি সংসদত সাধাৰণ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছতে ১১ বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় বাজেটৰ জৰিয়তে দেশৰ জনসাধাৰণে মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা সকাহ পাব বুলি আশা কৰা হৈছে। সেয়ে বাজেট দাখিলৰ সময়লৈ উৎকণ্ঠাৰে বাট চাইছে সমগ্ৰ দেশে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5