5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিশেষ কেইটামান অঞ্চল বাদ দি মণিপুৰত ৬ মাহলৈ বৃদ্ধি AFSPA ৰ ম্যাদ…

মণিপুৰত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ AFSPA ৰ ম্যাদ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে । মণিপুৰ চৰকাৰৰ গৃহ বিভাগে এক অধিসূচনাযোগে কয় যে, ১ অক্টোবৰৰ পৰা এই ম্যাদ বৃদ্ধি কাৰ্যকৰী হ’ব।

manas-borah
Manas Borah | Updated On: 30 Sep 2024 19:10 PM
ইম্ফল উপত্যকাৰ অন্তৰ্গত ১৯ টা অঞ্চল আৰু অসমৰ সৈতে সীমা ভাগ কৰা এটা অঞ্চল বাদ দি মণিপুৰত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ AFSPA ৰ ম্যাদ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে । মণিপুৰ চৰকাৰৰ গৃহ বিভাগে এক অধিসূচনাযোগে কয় যে, ১ অক্টোবৰৰ পৰা এই ম্যাদ বৃদ্ধি কাৰ্যকৰী হ’ব।

1 / 5
সশস্ত্ৰ বাহিনী(বিশেষ ক্ষমতা)আইনৰ পৰিসৰৰ বাহিৰত ৰখা অঞ্চলবোৰ হৈছে, ইম্ফল, লামফেল, চিটি, চিংজামেই, চেকমাই, লামছাং, পাটছয়, ৱাংগোই, পৰমপাট, হাইংগাং, লামলাই, ইৰিবুং, লেইমাখং, থৌবাল, বিষ্ণুপুৰ, নামবোল, মইৰাং, কাকচিং আৰু জিৰিবাম আদি ।

2 / 5
যিবোৰ অঞ্চল AFSPAৰ পৰিসৰৰ ভিতৰত পৰা নাই, সেইবোৰ অঞ্চলত সংখ্যাগৰিষ্ঠ মেইটেই সকলৰ আধিপত্য আছে। অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা অঞ্চল সমূহত AFSPAৰ সময়সীমা বৃদ্ধি কৰা হৈছে ।

3 / 5
উল্লেখ্য যে, ২০০৪ চনত ইম্ফল পৌৰসভাৰ অঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে AFSPA প্ৰত্যাহাৰ কৰা হৈছিল আৰু ২০২২ চনৰ এপ্ৰিল মাহত ৬ খন জিলাৰ ১৫ খন থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা AFSPAৰ আঁতৰাই পেলোৱা হৈছিল। ২০২৩ চনৰ এপ্ৰিল মাহত আন চাৰিখন থানাৰ অন্তৰ্গত অঞ্চল পৰা AFSPAৰ প্ৰত্যাহাৰ কৰা হয় ।

4 / 5
অশান্ত অঞ্চলত মোতায়েন কৰা সশস্ত্ৰ বাহিনীক AFSPAৰ প্ৰয়োজন বুলি বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মণিপুৰ চৰকাৰে ।

5 / 5
Latest Stories