ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, কেতিয়া, কেনেকৈ কৰিব আবেদন?
নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে দিলে আন এক ভাল খবৰ। ৰাজ্য়ৰ শিক্ষাখণ্ডত পুনৰ হ'ব নিযুক্তি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই কথা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5