শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ADRE: কেতিয়া প্ৰকাশ পাব ADREৰ ফলাফল? শিক্ষক নিযুক্তিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ…

Adre Result Date 2025: আজি ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ADREত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰায় ৩২ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰ বিপৰীতে এই দুই বৰ্গৰ পৰীক্ষাৰ বাবে মুঠ পদৰ সংখ্যা ১২৬০০ টা।

trishna-kalita
Trishna Kalita | Updated On: 27 Sep 2025 17:17 PM
আজি ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেই সময়ত  কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

1 / 5
১০ অক্টোবৰত ঘোষণা হ’ব ADREৰ ৩য় বৰ্গৰ ফলাফল। ১৫ অক্টোবৰত ADREৰ ৪ৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ’ব।

2 / 5
উল্লেখ্য যে,এইবাৰ ADREত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰায় ৩২ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰ বিপৰীতে এই দুই বৰ্গৰ পৰীক্ষাৰ বাবে মুঠ পদৰ সংখ্যা ১২৬০০ টা। তথ্য অনুসৰি, ইয়াৰে অধিক সংখ্যক পদ আছিল চতুৰ্থ বৰ্গৰ বাবে।

3 / 5
ইফালে স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ১২ অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ'ব। LPৰ শিক্ষক নিযুক্তিৰ ফলাফল ১৫ৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ঘোষণা। গ্রেজুৱেট শিক্ষক আৰু পোষ্ট গ্রেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল ১৫ অক্টোবৰত।

4 / 5
২০ অক্টোবৰৰ পূৰ্বে সকলো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’‍ব। SIৰ পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰত ঘোষণা হ’ব। লগতে F&ESৰ পৰীক্ষাৰ ফলাফলো ১০ অক্টোবৰৰ ভিতৰত দিয়া হ’ব। এই মাহৰ ভিতৰতে AB আৰু UB কনিষ্টবলৰ ফলাফলো ঘোষণা কৰা হ’ব ২৫-২৬ অক্টোবৰৰ ভিতৰত প্রদান কৰা হ’ব নিযুক্তি পত্র।  এই কথা জনালে মুখ্যমন্ত্ৰীয়ে।

5 / 5