তুমি তুমি হৈ ৰোৱা, মই মই হৈয়ে থাকিম… অদিতি ৰাও হায়দৰী-সিদ্ধাৰ্থই শ্বেয়াৰ কৰিলে প্ৰি-ৱেডিঙৰ সুন্দৰ ফটো
এই বছৰৰ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থ । কেইদিনমান আগতে, তেওঁলোক দুয়ো ৰাজস্থানৰ আলিলা ফৰ্টত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল। যাৰ ফটো তেওঁলোকে অফিচিয়েল ছ'চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰিছিল। শেহতীয়াকৈ, অদিতি আৰু সিদ্ধাৰ্থই তেওঁলোকৰ প্ৰি-ৱেডিঙৰ ফটো শ্বেয়াৰ কৰিছে। য'ত দুয়োকে যথেষ্ট ধুনীয়া দেখা গৈছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5