Yami Gautam Birthday Special: IAS বিষয়া হৈ দেশৰ সেৱা কৰিব বিচৰা য়ামী গৌতমে কিয় অভিনয় জগতত খোজ পেলাইছিল?
Yami Gautam Birthday: চলচ্চিত্ৰ উদ্যোগত এনে বহুতো তাৰকা আছে যিয়ে কেতিয়াও অভিনয়ৰ কথা সপোনতো ভবা নাছিল। তথাপিও আজি তেওঁলোকে এখন পাছত এখনকৈ হিট ছবি উপহাৰ দিছে। য়ামী গৌতম বলীউডৰ সেই অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী যিয়ে সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈ যাত্ৰা কৰিছিল। অভিনেত্ৰীগৰাকীৰ জন্মদিনত তেওঁৰ জীৱনৰ বিষয়ে কিছুমান বিশেষ কথা জানো আহক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5