গুৱাহাটী হিট এণ্ড ৰান কাণ্ডঃ নন্দিনী কাশ্যপক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
আৰক্ষীয়ে নন্দিনীক ৫ দিনৰ বাবে জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে আৰক্ষীৰ এই আবেদন নাকচ কৰি নন্দিনীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5