শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নথি-পত্ৰ নোচোৱাকৈয়ে ধন ব্যয় কৰিছে অসমীয়া মানুহে, মই এইবোৰত নাইঃ ৰবি শৰ্মা

ট্ৰেডিং প্ৰসংগত সৰৱ অভিনেতা ৰবি শৰ্মা। ট্ৰেডিং বিৰ্তক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে অভিনেতাজনে। লগতে অসমীয়া লোকৰ বিষয়ে কি ক'লে অভিনেতাজনে?

Barasha Misra
Barasha Misra | Published: 17 Sep 2024 20:44 PM
নথি-পত্ৰ নোচোৱাকৈয়ে ধন ব্যয় কৰিছে অসমীয়া মানুহে, মই এইবোৰত নাইঃ ৰবি শৰ্মা

1 / 5
আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। ইফালে আজি চুমিৰ বৌৱেক জিংকি মিলিক  স্বৰ্তসাপেক্ষ অন্তৱৰ্তীকালীন জামিন প্ৰদান।

2 / 5
ট্ৰেডিং প্ৰসংগত সৰৱ অভিনেতা ৰবি শৰ্মা। ট্ৰেডিং বিৰ্তক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে অভিনেতাজনে।

3 / 5
অভিনেতাজনে কয়, ট্ৰেডিং বস্তুটো বেয়া নহয়, ই ভাল। যেনেকৈ গীটাৰ বজোৱাটো বেয়া নহয় কিন্তু মৰাৰ ঘৰত গীটাৰ বজোৱাটো বেয়া কথা। প্ৰত্যোকটা বস্তুৰ ভাল বেয়া দুয়োটা আছে।'

4 / 5
ইয়াৰোপৰি ৰবি শৰ্মাই কয়- আমাৰ অসমীয়া মানুহ নথি-পত্ৰত বহুত বেয়া। চৰকাৰেও আমাক ইমান আঁচনি দিয়ে আমাৰ মানুহবোৰে ইয়াৰ লাভ উঠাব নোৱাৰে, কাৰণ আমাৰ  নথি-পত্ৰ নাই। আমাৰ  নথি-পত্ৰসমূহ ক'ত থাকে আমি নিজেই নাজানো।

5 / 5