শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg: গামোচাত হিয়াৰ আমঠু জুবিন গাৰ্গ, তাঁতশালত বুটা বাচি বিজয় দাসে জনালে শ্ৰদ্ধাঞ্জলি

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত প্ৰাণৰ শিল্পী গৰাকীক গামোচাত বুটা বাছি হুবহু সৃষ্টি কৰিছে। এইদৰে বিজয়ে শিল্পীগৰাকীক দিছে শ্ৰদ্ধাঞ্জলি।

barasha-misra
Barasha Misra | Updated On: 07 Nov 2025 15:58 PM
তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । তাঁতশালত বুটা বাচি গামোচাত হুবহু সৃষ্টি কৰিলে জুবিন গাৰ্গক।

1 / 5
৩ দিনত শিল্পী গৰাকীক গামোচাত প্ৰাণৱন্ত ৰূপ দিবলৈ সক্ষম হয় বিজয় দাসে। এইগৰাকী তামুলপুৰৰ প্ৰতিভাৱান যুৱকে সৰুৰে পৰাই পঢ়া শুনাৰ লগতে তাঁতশালত কাম কৰিবলৈ শিকিছিল।

2 / 5
সৰুৰে পৰাই পঢ়া শুনাত চোকা বিজয়ে বিজ্ঞান শাখাত ৰাসায়ন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্তমান হস্ততাঁত বস্ত্ৰশিল্প অধ্যয়নৰত হৈ আছে।

3 / 5
জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত প্ৰাণৰ শিল্পী গৰাকীক গামোচাত বুটা বাছি হুবহু সৃষ্টি কৰিছে। এইদৰে  বিজয়ে শিল্পীগৰাকীক দিছে শ্ৰদ্ধাঞ্জলি।

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত প্ৰাণৰ শিল্পী গৰাকীক গামোচাত বুটা বাছি হুবহু সৃষ্টি কৰিছে। এইদৰে বিজয়ে শিল্পীগৰাকীক দিছে শ্ৰদ্ধাঞ্জলি।

4 / 5
শিল্পীগৰাকীয়ে লগতে এইগৰাকী প্ৰতিভাৱান শিল্পীয়ে অসম সংগীত, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, মামনি ৰয়চম গোস্বামীকে আদি কৰি বহুকেইগৰাকী স্বনামধন্য ব্যক্তিৰ ছবি বয় উলিয়াইছে।

5 / 5