শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোসাঁই সমাজৰ ৰোষত YouTuber দিম্পু বৰুৱা! খগেন শীৰ্ষক গানটোৰ সৈতে কেনেকৈ সাঙোৰ খালে দিম্পু?

বৰ্তমান সময়ত জনপ্ৰিয় ইউটিউবাৰ সকলৰ ভিতৰত অন্যতম হ’ল দিম্পু বৰুৱা। দিম্পু বুলি ক’লে বৰ্তমান অসমত চিনি নোপোৱা মানুহ হয়তো নোলাব। কিন্তু এইবাৰ ডাঙৰ বিপদত পৰিছে ইউটিউবাৰ দিম্পু!

barasha-misra
Barasha Misra | Updated On: 27 May 2025 17:31 PM
গ্ৰেপ্তাৰ হ'ব নেকি ইউটিউবাৰ দিম্পু বৰুৱা? সামাজিক মাধ্যমত সৰৱ চৰ্চা চলিছে দিম্পুৰ বিৰুদ্ধে। (Image Credit source: Social Media)

1 / 5
অশ্লীল শব্দ প্ৰয়োগ কৰা 'খগেন' শীৰ্ষক গীতটি প্ৰচাৰ  কৰি বিপদত ইউটিউবাৰ দিম্পু বৰুৱা। সদৌ অসম গোসাঁই সমাজে দিছপুৰ থানাত দাখিল কৰে এজাহাৰ। (Image Credit source: Social Media)

2 / 5
সদৌ অসম গোসাঁই সমাজৰ সভাপতি দেৱেন্দ নাথ মহন্ত কয়, 'খগেন নামৰ গানটো গান বুলি ক'ব নোৱাৰি এইটো এটা বলিয়ালি, এয়া বিকৃত মনৰ পৰিচয়'। (Image Credit source: Social Media)

3 / 5
কেৱল দিম্পুৱে নহয়, সদৌ অসম গোসাঁই সমাজে দিম্পু বৰুৱাৰ লগতে মৃদুল নামৰ আন এজন ইউটিউবাৰৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিছে গোচৰ। (Image Credit source: Social Media)

4 / 5
উল্লেখ্য যে, এই সন্দৰ্ভত বৰ্তমানলৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই ইউটিউবাৰ দিম্পুৱে। (Image Credit source: Social Media)

5 / 5