IFFI 2024: গোৱাত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, এই অনুষ্ঠানৰ শোভা বঢ়াইছে বহু নামী-দামী তাৰকাই
৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হয় গোৱাত। এই উপলক্ষে বলীউড, টলীউড আৰু টিভিৰ বহু তাৰকাই অংশগ্ৰহণ কৰে। লগতে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰৰ উপস্থিতিৰে অনুষ্ঠানটোৰ সৌন্দৰ্য বৃদ্ধি কৰে।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6