Mental Health : মনটো সুস্থ হ’লেহে স্বাস্থ্য সুস্থ হৈ থাকিব, দৈনিক প্ৰাণায়াম বা যোগাসন কৰাৰ অভ্যাস কৰক…
সুস্বাস্থ্যৰ বাবে মনৰ যত্ন লোৱাটো অতি প্ৰয়োজন । মানসিক চাপ বাঢ়ি অহাৰ লগে লগে সুস্থ জীৱন যাপন কৰাটো সম্ভৱ নহয়। মানসিক চাপ আৰু হতাশাৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সহজ উপায় যোগ। দৈনন্দিন জীৱনৰ মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে যোগাসন বা প্ৰাণায়াম কৰক।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8