উৎসৱৰ সময়ত কি পোছাক পিন্ধিব তাক লৈ চিন্তিত নেকি? সান্যা মলহোত্ৰাৰ পৰা লওক আইডিয়া
প্ৰতিগৰাকী মহিলাই যিকোনো উৎসৱ উপলক্ষে আটাইতকৈ ধুনীয়া দেখাব বিচাৰে । ইয়াৰ বাবে মহিলাসকলে বহু দিন আগতীয়াকৈ প্ৰস্তুতি চলায়। যিকোনো অনুষ্ঠানত সান্যাৰ এই লুকটো অনুসৰণ কৰিব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5