Soybean Health Benefits : আপুনি নিৰামিষভোজী নেকি ? যদি হয় তেন্তে খাদ্যৰ তালিকাত চয়াবিন অন্তৰ্ভুক্ত কৰক, দূৰ হ’ব এই সমস্যা…
দুৰ্বল অনুভৱ কৰিছে নেকি ? গাঁঠি বা পেশীৰ বিষ অনুভৱ কৰিছে নেকি ? এই সমস্যাৰ কাৰণ হ’ব পাৰে প্ৰ’টিন, ভিটামিনৰ অভাৱ। বহুতে মাছ, মাংস, কণী নাখায়। কেৱল নিৰামিষ খাদ্য খায় । তেওঁলোকৰ শৰীৰত প্ৰ’টিন আৰু ভিটামিনৰ অভাৱ হোৱাৰ সম্ভাৱনা অধিক। কিন্তু নিৰামিষ খাদ্য খোৱা সকলে প্ৰ’টিন, ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ কি খাদ্য খাব ? প্ৰ’টিনৰ অভাৱ দূৰ কৰিবলৈ আপুনি চয়াবিন খাব পাৰে ।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8