Fashion Tips: কলেজলৈ যোৱা ছোৱালীৰ বাবে উপযুক্ত শ্ৰদ্ধা কাপুৰৰ এই পোছাক
শ্ৰদ্ধা কাপুৰে আজিকালি বাতৰিৰ শিৰোনাম দখল কৰিছে তেওঁৰ চিনেমা স্ত্ৰী ২ক লৈ। ছবিখনে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে। অভিনয়ৰ সমান্তৰালকৈ শ্ৰদ্ধাৰ শৈলীক লৈও মানুহ পাগল। কলেজলৈ যোৱা ছোৱালীয়ে এই সাজ-পোছাকৰ পৰা আইডিয়া ল’ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5