5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Raksha Bandhan 2024 : ভাইটিৰ বাবে কেনেকুৱা ডিজাইনৰ ৰাখী বাচনি কৰিব ? চাওক…

এইবাৰ ১৯ আগষ্টত ৰক্ষাবন্ধন বা ৰাখী-বন্ধন উৎসৱ পালন কৰা হ'ব । ইতিমধ্যে ৰাখীৰ বিভিন্ন ডিজাইনে বজাৰত প্ৰৱেশ কৰিছে । এনে পৰিস্থিতিত ৰাখীৰ শেহতীয়া এই ডিজাইনবোৰৰ পৰাই আইডিয়া ল’ব পাৰে...।

manas-borah
Manas Borah | Updated On: 04 Aug 2024 14:57 PM
আপুনি আপোনাৰ ভাইটিৰ বাবে সাধাৰণ ৰাখী নিৰ্বাচন কৰিব পাৰে। আজিকালি এই ধৰণৰ ৰাখী যথেষ্ট ট্ৰেণ্ডত আছে।  ইয়াৰ বহু ডিজাইন বজাৰত উপলব্ধ।

1 / 5
প্ৰতিগৰাকী ভগ্নীয়ে বিচাৰে যে ঈশ্বৰৰ আশীৰ্বাদ সদায় ভায়েকৰ ওপৰত থাকিব। এনে পৰিস্থিতিত ভগৱানৰ নাম বা তেওঁৰ ছবিৰে বনোৱা ৰাখী আপোনাৰ ভাইটিৰ বাবে উপযোগী হ'ব। এনেধৰণৰ ডিজাইনৰ ৰাখী বজাৰত পোৱা যায়।

2 / 5
এই ধৰণৰ ৰাখী স্ফটিক ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। আজিকালি এই ধৰণৰ ৰাখীৰ বহু ডিজাইন বজাৰত পোৱা যায় । এইবোৰ ডিজাইন ভাই-ভনী দুয়োৰে বাবে উপযোগী হ'ব। প্ৰতিটো স্ফটিকৰ নিজস্ব পৰিচয় আৰু গভীৰ অৰ্থ আছে।

3 / 5
ৰূপৰ ৰাখীও নিৰ্বাচন কৰিব পাৰে। ভাইটিৰ হাতত এই ধৰণৰ ৰাখী বান্ধিলে অতি দেখনিয়া হ'ব । ইয়াৰ বহুতো ডিজাইন পাব বজাৰত আৰু আপোনাৰ পছন্দৰ ডিজাইন বনাব বনাই ল'বও পাৰে ।

4 / 5
এনে বহু ডিজাইন ৰাখীত পাব। এই ধৰণৰ ডিজাইনৰ ৰাখী পিন্ধালে বৰ ধুনীয়া দেখা যায়। ইভিল আই ব্ৰেচলেট আজিকালি বহুত ট্ৰেণ্ডত আছে । লগতে আপোনাৰ ভাইটিক বেয়া চকুৰ পৰা ৰক্ষা কৰিবলৈ ইভিল আই ৰাখী বান্ধিব পাৰে।

5 / 5
Follow Us
Latest Stories