ব্যায়াম বা জিম কৰা সময়ত এই কেইটা কথা মনত ৰাখক, নহ’লে সমস্যা হ’ব…
নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ব্যায়ামৰ বিকল্প নাই। নিয়মিতভাৱে কমেও ৩০ মিনিট শাৰীৰিক ব্যায়াম বা জিম কৰিব লাগে। নিয়মিতভাৱে ব্যায়াম কৰিলে মানসিক স্বাস্থ্যও ভালে থাকে । কিন্তু নিয়মিত ব্যায়াম কৰাৰ পিছতো বহুতে আশা ধৰণে ফলাফল নাপায়। কিয় জানেনে ?

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8