এনেদৰে ধুনীয়াকৈ পিন্ধক শাৰী, সকলোৱে চাই ৰ’ব আপোনাক…
পূজা পাৰ্বন, বা বিভিন্ন অনুষ্ঠানত মহিলাসকলে শাৰী পিন্ধি ভাল পায়। কিন্তু কেতিয়াবা কেনেকৈ নিজকে সজাই তুলিব তাক লৈ দোমোজাত পৰে। অভিনেত্ৰী মাধুৰী দীক্ষিতৰ কেইটামান লুকৰ পৰা আপুনি কিছু আইডিয়া ল'ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5