আপোনাৰ সঘনাই প্ৰস্ৰাৱ লগাৰ সমস্যা আছে নেকি ? যদি আছে চিকিৎসকৰ পৰামৰ্শ লওক…
শৰীৰৰ ৰোগৰ বিষয়ে জানিবলৈ প্ৰায়ে প্ৰস্ৰাৱ পৰীক্ষাৰ প্ৰয়োজন হয়। বিশেষকৈ যদি বৃক্কৰ ৰোগ হয় তেন্তে প্ৰস্ৰাৱ পৰীক্ষা কৰাটো অধিক গুৰুত্বপূৰ্ণ। কেৱল প্ৰস্ৰাৱৰ ৰং নহয়, দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰে সেয়াও অতি গুৰুত্বপূৰ্ণ। সঘনাই প্ৰস্ৰাৱ লাগিলে গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে!

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8