শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Black Pepper : জালুকে আপোনাৰ স্বাস্থ্যৰ ডাঙৰ সমস্যা দূৰ কৰে ! জানক ইয়াৰ উপকাৰিতা…

বদহজম, এচিডিটিৰ পৰা আৰম্ভ কৰি বহুতো শাৰীৰিক সমস্যাৰ সমাধান আছে পাকঘৰৰ বিভিন্ন মছলাত। কিন্তু তাৰে এটা হ’ল জালুক। জালুকত বিভিন্ন পুষ্টিকৰ উপাদান থকা বাবে মছলাৰ ৰজা বুলিও জনা যায় । জালুকত এন্টি-ইনফ্লেমেটৰী, এন্টি-বেক্টেৰিয়েল, এন্টি-ফ্লেটুলেন্স আৰু এন্টি-মাইক্ৰ’বিয়াল গুণ আছে। গতিকে জালুক শৰীৰৰ পাচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে উপকাৰী ।

Manas Borah
Manas Borah | Published: 07 Aug 2024 21:16 PM
যেতিয়া শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি পায় আৰু ক্ষাৰকীয়(alkaline) মাত্ৰা কমিবলৈ আৰম্ভ কৰে তেতিয়া বাতবিষৰ আশংকা বৃদ্ধি পায় । লগতে পাচনতন্ত্ৰৰ অৱনতি ঘটে আৰু বিভিন্ন শাৰীৰিক সমস্যা আৰম্ভ হয়। গতিকে খাদ্যত ক্ষাৰকীয় ফল ৰখাটো অতি গুৰুত্বপূৰ্ণ ।

1 / 8
বদহজম, এচিডিটিৰ পৰা আৰম্ভ কৰি বহুতো শাৰীৰিক সমস্যাৰ সমাধান আছে পাকঘৰৰ বিভিন্ন মছলাত। কিন্তু তাৰে এটা হ’ল জালুক। জালুকত বিভিন্ন পুষ্টিকৰ উপাদান থকা বাবে মছলাৰ ৰজা বুলিও জনা যায় ।

2 / 8
জালুকত এন্টি-ইনফ্লেমেটৰী, এন্টি-বেক্টেৰিয়েল, এন্টি-ফ্লেটুলেন্স আৰু এন্টি-মাইক্ৰ’বিয়াল গুণ আছে। গতিকে জালুক শৰীৰৰ পাচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে উপকাৰী ।

3 / 8
বিভিন্ন খাদ্যত জালুক ব্যৱহাৰ কৰা হয়। ই ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰে। কিন্তু ৰন্ধা সলনি কেঁচা জালুক খালে পেটৰ পৰা হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়। ই শৰীৰত প্ৰ’টিন গলাত সহায় কৰে আৰু অন্ত্ৰ পৰিষ্কাৰ কৰে। ফলত এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

4 / 8
কেৱল বদহজম, পেট ফুলাৰ সমস্যাই নহয়, গাঁঠিৰ বিষৰ পৰা মুক্তি পাবলৈ জালুক অতি উপকাৰী।

5 / 8
দৈনিক খাদ্যত জালুক অন্তৰ্ভুক্ত কৰিলে গাঁঠিৰ বিষ, পেট ফুলা আদিৰ পৰা উপশম পাব পাৰি ।

6 / 8
আজিকালি মেদবহুলতা, শৰীৰৰ অতিৰিক্ত ওজন এটা ডাঙৰ সমস্যা হৈ পৰিছে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ জালুক অতি উত্তম। ইয়াত থকা পাইপেৰিন আৰু মেদবহুলতা প্ৰতিৰোধী গুণে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে ।

7 / 8
জালুকত এন্টিঅক্সিডেন্ট, ভিটামিন এ আৰু কেৰটিনয়ড থাকে, যিয়ে কেন্সাৰকে ধৰি বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। হালধিৰ লগত জালুক মিহলি কৰিলে কেন্সাৰ প্ৰতিৰোধ হয়। ইয়াৰ উপৰিও চৰ্দি আৰু কাহৰ পৰা ৰক্ষা কৰে ।

8 / 8