গণেশ চতুৰ্থীত কিদৰে সজাব আপোনাৰ ঘৰৰ মন্দিৰটো? চেলিব্ৰেটীসকলৰ পৰা ল’ব পাৰে আইডিয়া
ভক্তসকলে ১০ দিনীয়া গণপতি উৎসৱৰ বাবে বিশেষ প্ৰস্তুতি চলাই। কিয়নো গণেশ চতুৰ্থীত তেওঁলোকৰ মৰমৰ বাপ্পাক আদৰণি জনোৱাৰ লগতে তেওঁক সেৱা কৰাৰ সুযোগ লাভ কৰে । এই বছৰ গণেশ চতুৰ্থী ৬ ছেপ্টেম্বৰত উদযাপন কৰা হ'ব। যদি আপুনিও ঘৰলৈ বাপ্পাক আদৰৰ কথা ভাবিছে তেন্তে চেলিব্ৰেটীসকলৰ পৰা মন্দিৰৰ সজ্জাৰ কিছু ধাৰণা ল'ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5