5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গণেশ চতুৰ্থীত কিদৰে সজাব আপোনাৰ ঘৰৰ মন্দিৰটো? চেলিব্ৰেটীসকলৰ পৰা ল’ব পাৰে আইডিয়া

ভক্তসকলে ১০ দিনীয়া গণপতি উৎসৱৰ বাবে বিশেষ প্ৰস্তুতি চলাই। কিয়নো গণেশ চতুৰ্থীত তেওঁলোকৰ মৰমৰ বাপ্পাক আদৰণি জনোৱাৰ লগতে তেওঁক সেৱা কৰাৰ সুযোগ লাভ কৰে । এই বছৰ গণেশ চতুৰ্থী ৬ ছেপ্টেম্বৰত উদযাপন কৰা হ'ব। যদি আপুনিও ঘৰলৈ বাপ্পাক আদৰৰ কথা ভাবিছে তেন্তে চেলিব্ৰেটীসকলৰ পৰা মন্দিৰৰ সজ্জাৰ কিছু ধাৰণা ল'ব পাৰে।

trishna-kalita
Trishna Kalita | Updated On: 04 Sep 2024 18:51 PM
গণেশ চতুৰ্থী সজ্জাৰ ধাৰণাটো অভিনেতা চনু সুদৰ ঘৰৰ মন্দিৰৰ পৰাও ল'ব পাৰে। ইয়া তেওঁৰ ঘৰৰ মন্দিৰটো বগা অৰ্কিড ফুলেৰে সজোৱা হৈছে আৰু তাত সেউজীয়া পাতৰ সংমিশ্ৰণ আছে।  আপুনি গণেশ চতুৰ্থীত এনেদৰে  ঘৰৰ মন্দিৰৰ মণ্ডপ আকৰ্ষণীয় ৰূপক সজাই তুলিব পাৰে।

1 / 5

2 / 5
গণপতি বাপ্পাই হালধীয়া ৰং ভাল পায়।  সেয়েহে প্ৰায় সকলো মানুহে নাৰ্জি ফুলৰে মন্দিৰ সজায়। ইয়াত অভিনেতা চাংকি পাণ্ডেৰ ঘৰ, মন্দিৰৰ সজ্জাও বহুত ধুনীয়া দেখা হৈছে। আপুনি আপোনাৰ ঘৰৰ মন্দিৰ বা পেণ্ডেল এনেদৰে নাৰ্জি ফুলেৰে সজাব পাৰে।

3 / 5
শিল্পা চেট্টীয়েও প্ৰতি বছৰে বাপ্পাক তেওঁৰ ঘৰলৈ স্বাগতম জনায়।  তেওঁৰ ঘৰৰ মন্দিৰৰ পৰাও আপুনি আইডিয়া ল'ব পাৰে। ইয়াৰ উপৰিও আপুনি শচীন তেণ্ডুলকাৰৰ ঘৰৰ মন্দিৰৰ পৰাও সজ্জাৰ ধাৰণা লাভ কৰিব পাৰে।  আপুনি গণপতি বাপ্পাৰ মন্দিৰটো ফুলৰ লগতে কলপাতেৰে সজাব পাৰে।

4 / 5
ইয়াত অভিনেত্ৰী দিয়া মিৰ্জাৰ ঠাইত বাপ্পাৰ মন্দিৰটো সুন্দৰকৈ সজোৱা হৈছে। আপুনি হালধীয়া, বগা ফুল আৰু পাতৰ এটা ডাঙৰ ফ্ৰেম প্ৰস্তুত কৰি আপোনাৰ মন্দিৰৰ গেট তৈয়াৰ কৰিব পাৰে। এই ধৰণৰ সজ্জাও বহুত ধুনীয়া দেখাব।

5 / 5
Follow Us
Latest Stories