Fatty Liver Diet: ফেটি লিভাৰৰ সমস্যা থাকিলে কি খাব আৰু কি নাখাব ? সবিশেষ…
নিয়মিত মদ্যপান, বাহিৰৰ খাদ্য খোৱা, অনিয়মিত জীৱনশৈলীৰ বাবে আমাৰ দেহত বিভিন্ন ৰোগে দেখা দিয়ে । ইয়াৰে এটা হ’ল ফেটি লিভাৰৰ সমস্যা। এইমছৰ এক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি, এতিয়া ভাৰতৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ অৰ্থাৎ ৩৮ শতাংশই ফেটি লিভাৰৰ সমস্যাত ভুগিছে। ফেটি লিভাৰ মানে আপোনাৰ লিভাৰত চৰ্বি জমা হৈ থাকে। অত্যধিক মদ্যপানৰ ফলত এলকহলিক ফেটি লিভাৰ হয়।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8