Egg Curry Recipe: দেওবাৰৰ দিনটো বিশেষ কৰি তুলিবলৈ এইদৰে ৰান্ধিব কণী তৰকাৰী…জানক
কণীৰ তৰকাৰী সকলোৰে প্ৰিয়। কণীৰ তৰকাৰী বিশেষ দিনত বিশেষ খাদ্য। এতিয়া ধাবা ষ্টাইলৰ কণীৰ তৰকাৰী ঘৰতে বনাওক । কণীৰ তৰকাৰী ৰান্ধিবলৈ কণী, পিয়াঁজ, বিলাহী, কেপছিকাম, আদাৰ পেষ্ট, হালধি, সেউজীয়া জলকীয়া পেষ্ট, ধনীয়া, ইলাচি, গোটা জলকীয়া, জিৰা, কচৌৰী মেথি গুড়ি, সৰিয়হৰ তেল, টেঙা দৈ আদি লাগিব । জানক কেনেকৈ ৰান্ধিব... ।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8