শৰীৰত কি ভিটামিনৰ অভাৱে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ?
শৰীৰত কৰ্কট ৰোগে কি কাৰণত শিপাই, তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু জীৱনশৈলীৰ কাৰকসমূহ কেন্সাৰ সৃষ্টিৰ বাবে দায়ী। কেতিয়াবা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত কৰ্কট ৰোগ হ’ব পাৰে। কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পুষ্টিৰ বিশেষ ভূমিকা আছে। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে, কিছুমান বিশেষ ভিটামিনৰ অভাৱত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

1 / 8
      

2 / 8
      

3 / 8
      

4 / 8
      

5 / 8
      

6 / 8
      

7 / 8
      

8 / 8
      
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      