Cancer Prevention Tips: কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কি কি খাদ্য খাব ? চাওক
বহু সময়ত কেন্সাৰ বীজাণুৱে শৰীৰত ঠাই লয় । কিন্তু উপযুক্ত সময়ত ইয়াক চিনাক্ত কৰিব নোৱাৰে । যেতিয়া চিনাক্ত হয়, তেতিয়ালৈ বহু দেৰি হয়। কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ এই কেইবিধ খাদ্য তালিকাত ৰাখক । বিশেষজ্ঞসকলৰ মতে, খাদ্য-পানীয় আৰু জীৱনশৈলী নিয়ন্ত্ৰণ কৰিলে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কিছুমান বিশেষ খাদ্য আৰু মছলাও আছে, যিবোৰে কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে ।

1 / 7

2 / 7

3 / 7

4 / 7

5 / 7

6 / 7

7 / 7